মহিলা চেলেঞ্জাৰ ফাইনেল আজি এ চি এ( ACA )ষ্টেডিয়ামত

দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ফাইনেলত সুবনশিৰি চেম্পছৰ মুখামুখি হ’ব দিগাৰু বিৰাংগনাছ
মহিলা চেলেঞ্জাৰ ফাইনেল আজি এ চি এ( ACA )ষ্টেডিয়ামত

গুৱাহাটীঃ কাইলৈ বৰসপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টি-২০ মহিলা চেলেঞ্জাৰছ ট্ৰফীৰ ফাইনেল। দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ফাইনেলত সুবনশিৰি চেম্পছৰ মুখামুখি হ'ব দিগাৰু বিৰাংগনাছ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com