আজি ১৫ ফেব্ৰুৱাৰী, ২০২৩ কলকাতা ফটাফটৰ ফলাফলৰ আপডেটঃ অনলাইনত ফলাফল চাব পাৰে

আজি ১৫ ফেব্ৰুৱাৰী, ২০২৩ কলকাতা ফটাফটৰ ফলাফল ঘোষিত হৈছে। ইয়াত অনলাইনত ফলাফল চাওক ।
আজি ১৫ ফেব্ৰুৱাৰী, ২০২৩ কলকাতা ফটাফটৰ ফলাফলৰ আপডেটঃ অনলাইনত ফলাফল চাব পাৰে

কলকাতা এফ এফ ফাটাফাট ফলাফল: কলকাতা এফ এফ ফাটাফাট ফলাফল আজি কলকাতাত এটা জনপ্ৰিয় লটাৰী আৰু খেলটো অনুমানৰ ওপৰত আধাৰিত, যদি আপুনি সঠিক সংখ্যা অনুমান কৰে, আপুনি যথেষ্ট ধন জিকিব পাৰে

15th February 2023

346xxxxxxxxxxxxxxxxxxxxx
3xxxxxxx

14th February 2023

235689256340577125680266
53379844

13th February 2023

248560466128127780155245
41610511

11th February 2023

169800147555148256468689
68253383

10th February 2023

290356445289240668390450
14396029

9th February 2023

145268369266689280670255
06843032

8th February 2023

240118140155267440558126
60515889

7th February 2023

478145477670460280777235
90830010

6th February 2023

460144260246136389145788
09820003

4th February 2023

459679127257130140230256
92044553

2nd February 2023

158388690130238257550568
49543409

1st February 2023

279389679568112478588457
80294916

কলকাতা ফটাফট লটাৰীৰ ফলাফল ঘোষণাৰ সময়ঃ 

আপুনি তলত উল্লেখ কৰা সময়ত  পুৱাৰ পৰা সন্ধিয়ালৈকে ফলাফল চাব পাৰে। 

প্ৰথম বাজীঃ পুৱা ১০ বজাত

দ্বিতীয় বাজীঃ পুৱা ১১-৩০ বজাত। 

তৃতীয় বাজীঃ দিনৰ ১-০৩ বজাত

চতুৰ্থ বাজীঃ দিনৰ ০২-৩৩ বজাত ।

পঞ্চম বাজীঃ বিয়লি ৪-০৩ বজাত।

ষষ্ঠ বাজীঃ সন্ধিয়া ০৫-৩৩ বজাত । 

সপ্তম বাজীঃ সন্ধিয়া ০৭-০৩ বজাত।

অষ্টম বাজীঃ সন্ধিয়া ০৮-৩৩ বজাত। 

কলকাতাৰ ফটাফট বাজীকলৈ প্ৰায়ে উদয় হোৱা প্ৰশ্নঃ 

কলকাতৰ এই লটাৰী ফটাফট হয়নে ?

যদি আপুনি কলকাটা ফটাফট লটাৰী খেলিব বিচাৰে, তেতিয়া আপুনি সোঁশৰীৰে কলকাতা মহানগৰত উপস্থিত হব লাগিব। কাৰণ এই খেল কেৱল কলকাতা মহানগৰৰ ভিতৰতহে খেলা হয়।  এই খেল কলকাতা এফ এফ মহানগৰ কৰ্তৃপক্ষই পৰিচালনা কৰে। নিজা জ্ঞান বুদ্ধিৰে এই খেলত অংশ লব লাগিব।

কলকাতা এফ এফ কি ?

কলকাতা এফ এফ হৈছে এক ধৰণৰ জুৱা আৰু অংশগ্ৰহণকাৰীসকলে জধেমধে থকা নম্বৰৰ মাজৰ পৰা এটা নম্বৰ ভাবিব লাগিব। এই কলকাতা এফ এফ গেম কলকাতা এফ এফ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।কলকাতা এফ এফ ফলাফল: কলকাতা ফটাফট (Kolkata FF Fatafat) হৈছে কলকাতাৰ এক জনপ্ৰিয় লটাৰী আৰু এই খেল চিন্তা-ভৱনা বা অনুমানৰ ওপৰত নিৰ্ভৰ কৰে । যদি আপুনি সঠিক নম্বৰটো অনুমান কৰিব পাৰে, তেতিয়া আপুনি বহু ধন লাভ কৰিব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com