ৰাজ্যত আৰু ১৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

ফলত ৰাজ্যত ক’ৰ’না আৰোগ্যৰ সংখ্যা ১০৩ গৰাকীলৈ বৃদ্ধি পাইছে।
ৰাজ্যত আৰু ১৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

ৰাজ্যত আৰু ১৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

আতংকিত ৰাজ্যবাসীলৈ এক সুখবৰ! আৰু ১৬ জন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুখী হৈছে ৷ আজি সন্ধিয়া গুবাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ১৫ জন সুস্থ হোৱা ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ একেদৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰাও ১জন ক'ৰোনা আৰোগ্যক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ফলত ৰাজ্যত ক'ৰ'না আৰোগ্যৰ সংখ্যা ১০৩ গৰাকীলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com