মেঘালয়ত সক্ৰিয় ক'ৱিড-১৯পজিটিভৰ সংখ্যা ২৫লৈ হ্ৰাস

উল্লেখ্য যে মেঘালয়ত মুঠ ৪৪জন ক’ৰ’না আক্ৰান্ত আছিল ।
মেঘালয়ত সক্ৰিয় ক'ৱিড-১৯পজিটিভৰ সংখ্যা ২৫লৈ হ্ৰাস

মেঘালয়ত সক্ৰিয় ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ২৫লৈ হ্ৰাস

ক'ৰ'না মহামাৰীক লৈ ত্ৰস্ত সকললৈ সুখবৰ! অসমৰ দৰে মেঘালয়তো ইজনৰ পাছত ইজনকৈ ক'ৱিড-১৯মহামাৰী আক্ৰান্ত সুস্থ হ'বলৈ ধৰিছে ৷ শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি পাহাৰীয়া ৰাজ্যখনত আৰু পাঁচজন ক'ৰ'না আক্ৰান্ত সুস্থ হৈছে ৷ ফলত ৰাজ্যখনত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২৫জনলৈ হ্ৰাস পাইছে ৷ এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ উল্লেখ্য যে মেঘালয়ত মুঠ ৪৪জন ক'ৰ'না আক্ৰান্ত আছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com