ৰাজ্যত আৰু ৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা এইসকল ক’ৰ’না আক্ৰান্তক ঘৰলৈ যাবলৈ দিয়া হয় ৷
ৰাজ্যত আৰু ৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

ৰাজ্যত আৰু ৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

আতংকিত ৰাজ্যবাসীলৈ এক স্বস্তিৰ বাৰ্তা! ! আৰু ৬ জন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুখী হৈছে ৷ আজি সন্ধিয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা এইসকল ক'ৰ'না আক্ৰান্তক ঘৰলৈ যাবলৈ দিয়া হয় ৷ তেওঁলোকৰ শেহতীয়া দুবাৰ নমুনা পৰীক্ষা নিগেটিভ হয়। ফলত ৰাজ্যত ক'ৰ'না আৰোগ্যৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com