অসমত আৰু আঠজন পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ১৯৯লৈ বৃদ্ধি

ফলত ৰাজ্যত ক'ৰতনা আক্ৰান্তৰ সংখ্যা ১৯৯জনলৈ বৃদ্ধি পাইছে ৷
অসমত আৰু আঠজন পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ১৯৯লৈ বৃদ্ধি

অসমত আৰু আঠজন পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ১৯৯লৈ বৃদ্ধি

অসমত অধিক জটিল হৈছে ক'ৱিড-১৯মহামাৰী জনিত পৰিস্থিতি৷ আজি নতুনকৈ আঠজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয় ৷ ফলত ৰাজ্যত ক'ৰতনা আক্ৰান্তৰ সংখ্যা ১৯৯জনলৈ বৃদ্ধি পাইছে ৷ এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " আঠজন নতুন ক'ৰ'না আক্ৰান্ত ধৰা পৰিছে ৷ ইয়াৰে তিনিজন কোকৰাঝাৰৰ৷ দুজন শিৱসাগৰৰ ৷ দুজন ধুবুৰীৰ আৰু এজন ডিব্ৰুগড়ৰ৷" সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভৰ সংখ্যা ১৩৮টা ৷ ইপিনে, আজি সাতজন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুৱা হয়৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com