অসমত আৰু ২ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ মুঠ আক্ৰান্তৰ সংখ্যা ২১৪ লৈ বৃদ্ধি

য়োৰহাট আৰু শিৱসাগৰত দুজন লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে
অসমত আৰু ২ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ মুঠ আক্ৰান্তৰ সংখ্যা ২১৪ লৈ বৃদ্ধি

অসমত আৰু ২ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ মুঠ আক্ৰান্তৰ সংখ্যা ২১৪ লৈ বৃদ্ধি

অসমত বৃদ্ধি পাই আছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২১৪জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি  শিৱসাগৰৰ দুজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ দুয়োজন যোৰহাটৰ কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ ৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com