আৰু ২ জন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ অসমত মুঠ আক্ৰান্তৰ সংখ্যা ২১৬ লৈ বৃদ্ধি

আজি শিলচৰৰ কোৱাৰেণ্টিন চেণ্টাৰত ভৰ্তি হৈ থকা দুজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
আৰু ২ জন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ অসমত মুঠ আক্ৰান্তৰ সংখ্যা ২১৬ লৈ বৃদ্ধি

আৰু ২ জন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ অসমত মুঠ আক্ৰান্তৰ সংখ্যা ২১৬ লৈ বৃদ্ধি

অসমত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২১৬জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি শিলচৰৰ কোৱাৰেণ্টিন চেণ্টাৰত ভৰ্তি হৈ থকা দুজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আক্ৰান্ত দুজনৰ এজন কাচাৰৰ আৰু আনজন হাইলাকান্দিৰ। ফলত ৰাজ্যত কৰনা এক্টিভ লোকৰ সংখ্যা ১৫৫জনলৈ বৃদ্ধি পাইছে। আনহাতে, ৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com