অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫৬লৈ বৃদ্ধিঃ মন্ত্ৰী শৰ্মা

আজি সন্ধিয়া নতুনকৈ ২৬জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫৬লৈ বৃদ্ধিঃ মন্ত্ৰী শৰ্মা

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫৬লৈ বৃদ্ধিঃ মন্ত্ৰী শৰ্মা

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি ক্ৰমে অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৫৬জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি নতুনকৈ ২৬জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ সম্প্ৰতি ৰাজ্যত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ১৯৫ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com