আৰু ৩৩ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৩১লৈ বৃদ্ধি

আজি পিছবেলা নতুন আৰু ৩৩ জন ক’ৰ’না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।
আৰু ৩৩ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৩১লৈ বৃদ্ধি

আৰু ৩৩ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৩১লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি পিছবেলা নতুন আৰু ৩৩ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৩১ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৩৩ ক'ৰ'না আক্ৰান্তৰ ১০জন নগাঁৱৰ, আঠজন কামৰুপ মহানগৰৰ, সাতজন কাচাৰৰ আৰু এজন হোজাইৰ, এজন কাচাৰৰ, দুজন ডিমা হাচাওৰ, দুজন কৰিমগঞ্জৰ আৰু দুজন হাইলাকান্দিৰ। অৱশ্যে দুজনৰ ঘৰ নিশ্চিত হোৱা নাই৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com