ক'ৰ'না মহামাৰীঃ দেশত ৩১মে'লৈ বৃদ্ধি তলাবন্ধ

অহা ৩১মে’লৈকে চলিত ল’ক-ডাউন(তলাবন্ধ)-ৰ ম্যাদ বৃদ্ধি কৰা হৈছে
ক'ৰ'না মহামাৰীঃ দেশত ৩১মে'লৈ বৃদ্ধি তলাবন্ধ

ক'ৰ'না মহামাৰীঃ দেশত ৩১মে'লৈ বৃদ্ধি তলাবন্ধ

একাংশ ৰাজ্যত ক্ৰমে অধিক জটিল হ'বলৈ ধৰা ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্য দেশত অহা ৩১মে'লৈকে চলিত ল'ক-ডাউন(তলাবন্ধ)-ৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ আজি তৃতীয় পৰ্যায়ৰ ল'ক-ডাউনৰ ম্যাদ অন্ত পৰে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ পূৰ্বে অসমকে ধৰি একাংশ ৰাজ্যৰ চৰকাৰে কেন্দ্ৰক তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com