আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

এই আক্ৰান্তসকলৰ দুজন কাৰ্বি আংলঙৰ ৷ আন দুজনৰ এজন দৰঙৰ আৰু আনজন ওদালগুৰিৰ
আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

অসমত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২০৩জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰান্তসকলৰ দুজন কাৰ্বি আংলঙৰ ৷ আন দুজনৰ এজন দৰঙৰ আৰু আনজন ওদালগুৰিৰ ৷ আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ সম্প্ৰতি ৰাজ্যত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ১৪২জন ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com