চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম

আজিৰ পৰা আৰম্ভ হোৱা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মানিব লগীয়া নীতি-নিয়ম সন্দৰ্ভত ডি জি পিৰে উমৈহতীয়াভাৱে সংবাদমেল সন্মোধন কৰে।
চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম

চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম

দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেল সম্বোধন কৰে। আজিৰ পৰা আৰম্ভ হোৱা  চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মানিব লগীয়া নীতি-নিয়ম সন্দৰ্ভত ডি জি পিৰে উমৈহতীয়াভাৱে সংবাদমেল সন্মোধন কৰে।

কি কি থাকিব চতুৰ্থ পৰ্যায়ৰ লকডাউনত-

• পূৰ্বৰ ধৰণে বন্ধ থকা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব।

• ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈ সকলে খেলিব পাৰিব

অৱশ্যে কোনো লোক সমাগম হব নোৱাৰিব।

• সমগ্ৰ দেশৰ সমানে এইবাৰ নিশা ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ বন্ধ থাকিব।

• কনটেইনমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব।

• আৰক্ষীক কেতিযাও বাধা নিদিব

জনতাই সহযোগ কৰক প্ৰশাসনৰ সকলো কাৰ্য্যত

মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ।

• কনটেইমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ।

• চৰকাৰী কাৰ্য্যলয়ত সমূহ ১০০% উপস্হিতি কৰা হব অচিৰেই। অৱশ্যে এতিয়ালৈ জাননী প্ৰকাশ হোৱা নাই।

একে নিয়ম অনুসৰণ হব ব্যক্তিগত খণ্ডত।

• ২০০ অধিক ৰোগী আক্ৰান্ত হলে ৰেড জ'ন ঘোষনা হব

যানবাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশ থাকিব।

• সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব।

এই ক্ষেত্ৰত নিৰ্দেশ নামানিলে অধিক কঠোৰ চৰকাৰ।

পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্ঠান খুলিব পাৰিব। কিন্তু শাক- পাচলি, মাছ মাংসৰ বজাৰ বন্ধ থাকিব আগতে যি ধৰণে শাক- পাচলি, মাছ মাংস যোগান চলি আছিল তেনেকৈ চলি থাকিব। ইয়াৰ ওপৰি শ্বপি মল অথবা বজাৰ খুলিব নোৱাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com