কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিষ্ণু ৰহাঙৰ অকাল মৃত্যু

তেওঁ সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷
কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিষ্ণু ৰহাঙৰ অকাল মৃত্যু

সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিষ্ণু ৰহাঙৰ অকাল বিয়োগ ঘটিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ছাত্ৰ নেতাজনৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় ৷ দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত আছিল ৷ মৃত্যুৰ সময়ত প্ৰাক্তন ছাত্ৰ নেতাজনৰ বয়স হৈছিল মাথোঁ ৪৭বছৰ ৷ তেওঁ সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com