গুৱাহাটীঃ আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত জিবেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত ডাইনামো ক্লাব আৰু ৰাজবাৰী এ চিৰ মাজত গ'লবিহীন ড্ৰ' খেলা হয়। দুয়োটা দলে টাই জয় কৰাৰ কেইবাটাও সুযোগ পাইছিল যদিও এটাও সুযোগ লাভ কৰাত ব্যৰ্থ হয়।
পৰৱৰ্তী খেলত বৃহস্পতিবাৰে কামৰূপা এফ চিৰ মুখামুখি হ'ব ফ্ৰন্টিয়াৰ ক্লাবৰ।
লগতে পঢ়ক:জে কে বৰুৱাৰ টাইত লগতে অগ্ৰগতি লাভ কৰে শিৱসাগৰ,আৰু তিতাবৰ