Begin typing your search above and press return to search.
অবিশ্বাস্য ! বজাৰত মুকলি হ'ল ১.৫ লাখ টকা মূল্যৰ মোনা
বিদেশৰ বজাৰত মোনাটোৰ মূল্য ২,০০০ ডলাৰ। ইয়ে হতবাক কৰিছে বহুতক।

বজাৰ কৰা এটা মোনাৰ মূল্য কিমান হব পাৰে বুলি আপোনাৰ ধাৰণা হয় ! আপুনি বিশ্বাস কৰক বা নকৰকেই । এই কথা সম্পূৰ্ণ সত্য যে এটা ১.৫ লাখ টকীয়া মোনা বজাৰত মুকলি হৈছে। সাধাৰণ থৈলা সদৃশ এই মোনাটো তৈয়াৰ কৰিছে বেলেস্নিয়াগা নামৰ এটা কোম্পানী।
এই অবিশ্বাস্য মূল্যৰ মোনা বজাৰত মুকলি কৰাক লৈ কোম্পানীটোৱে ইণ্টাৰনেটত ট্ৰলো খাইছে। অধিকাংশ লোকেই মোনাটোৰ এই অবিশ্বাস্য ২হেজাৰ ডলাৰৰ দামক মানি ল'ব বিচৰা নাই। বিদেশৰ বজাৰত মোনাটোৰ মূল্য ২,০০০ ডলাৰ। ইয়ে হতবাক কৰিছে বহুতকে।
Next Story