গুৱাহাটী আইআইটিত ছাত্ৰীৰ আত্মহত্যা

গুৱাহাটী আইআইটিত ছাত্ৰীৰ আত্মহত্যা
Published on

অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আমিনগাওঁস্থীত আইআইটিৰ অভিযান্ত্ৰিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় প্ৰতিস্থান খনৰ ধনশিৰি ছাত্ৰী নিবাসত। এতিয়ালৈকে জানিব পৰা নাই ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com