একতা কাপুৰৰ দিপাৱলীৰ অনুষ্ঠানত উপস্থিত থাকিল বলীউড আৰু সৰু পৰ্দাৰ তাৰকা সকল,ফটো

একতা কাপুৰৰ দিপাৱলীৰ অনুষ্ঠানত উপস্থিত থাকিল বলীউড আৰু সৰু পৰ্দাৰ তাৰকা সকল,ফটো
Published on

বলীউডৰ শ্বাহৰুখ খান,শিল্পা চেত্তী পৰা আদি কৰি প্ৰায় সকলোৱে আয়োজন কৰিছে দিপাৱলীৰ অনুষ্ঠান(পাৰ্টী) । ব্যতিক্ৰম হৈ নাথাকিকে প্ৰযোজক মুলত ধাৰাবাহিক প্ৰযোজক একতা কাপুৰ

বহুতো বলীউড আৰু সৰু পৰ্দাৰ তাৰকা সকল উপস্থিত থাকিল এই অনুষ্ঠানত,,,কৰন জহৰ,আৰৱাজ খান,জৰ্জিয়া এনড্ৰিয়ানি,নেহা ধূপীয়া,অংগদ বেদী,নিতেশ তিৱাৰী,মোনি ৰয়,তুষাৰ কাপুৰ,মনিষ মলহোত্ৰা,শিল্পা চেত্তী-ৰাজ কুন্দ্ৰা,দিব্যাংকা ত্ৰিপাঠী আদি বহুতো। তলত ফটো প্ৰকাশ কৰা হ'ল…………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com