সৰু পৰ্দাৰ পৰা অভিনয় আৰম্ভ কৰা হিনা খান বৰ্তমান টেলি টাউনৰ সকলোতকৈ আকৰ্ষনীয় ষ্টাইল আইকন হিচাপে জনপ্ৰিয়তা পাবলৈ সক্ষম হৈছে।এই গৰাকী অভিনেত্ৰীক পৰিয়ালৰ সৈতে দেখা পোৱা গল লণ্ডনত।লণ্ডন যাত্ৰাৰ কিছু সুন্দৰ ফটো তলত প্ৰকাশ কৰা হ'ল…………