Begin typing your search above and press return to search.

বলীউডৰ নতুন প্ৰেমিক যুটিক শুভেচ্ছা বহু অভিনেতা-অভিনেত্ৰীৰ

জন্মদিন বিশেষ অনুসৰি এটি নতুন খবৰে অনুৰাগীৰসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিছে অভিনেত্ৰী ৰকুল প্রীত সিঙে।

বলীউডৰ নতুন প্ৰেমিক যুটিক শুভেচ্ছা বহু অভিনেতা-অভিনেত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 9:08 AM GMT

অভিনেতা জেকি ভগ্নানীৰ সৈতে হাতত ধৰি থকা এখন ফটো শ্বেয়াৰ কৰি নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা চচিয়েল মেডিয়া যোগে ৰাজহুৱা কৰিছে অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে। একেখন ফটো দেখিবলৈ পোৱা গৈছে জেকী ভগ্নানিৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো, আৰু এই বিশেষ পোষ্টৰ লগতে আনজনৰ বাবে লিখিছে হৃদয়স্পৰ্শী শিৰোনাম।


অতি কম সময়ৰ ভিতৰতে এই বিশেষ পোষ্টটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন অনুৰাগীসহ বলিউড জগতৰ অনন্য তাৰকা সকলে শুভেচ্ছাৰে উপচাই পেলাই যুটীটোক।

পোষ্টটোত নিজৰ মন্তব্যৰ দ্বাৰা নিজৰ মৰম আৰু শুভেচ্ছা বাণী প্ৰেৰণ কৰে ৰকুল প্রীত আৰু জেকী ভগ্নানিক।




আৰু পঢিব পাৰেঃ এইবাৰ ছলমান খানৰ কণ্ঠত মাণিকে মাগে হিথে

Next Story
চাকৰি