সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি এজন গ্ৰেপ্তাৰ

সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি এজন গ্ৰেপ্তাৰ
Published on

শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে ফেচবুকত অপমানজনক মন্তব্য আগবঢ়াই এজন লোক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ হয়।গ্ৰেপ্তাৰ হোৱা লোকজন শিলচৰৰ টুলুপট্টি অঞ্চলৰ অশোক চুৰৰ পুত্ৰ ৰাজা চুৰ বুলি জানিব পৰা গৈছে।জিলা সম্পাদক ৰঞ্জিত দেৱনাথ আৰু ৰানাধিৰ দেৰ শিলচৰ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com