Begin typing your search above and press return to search.

আৰু ১ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

বৰপেটা মেডিকেল কলেজ হাস্পতালত এজন লোকৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে

আৰু ১ জনৰ শৰীৰত কৰনা ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

RaktimBy : Raktim

  |  21 May 2020 6:15 AM GMT

আৰু ১ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

অসমত বৃদ্ধি পাই আছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১৮৯জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি যোৱা নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত এজন লোকৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ফলত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৮৯ জনলৈ বৃদ্ধি পায় ৷

Next Story