ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পাই আছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৯,৭৫৪লৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ৰাজ্যত নতুনকৈ ১০৮৮জন নতুন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। সম্প্ৰতি ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ৬,১৮৫জন হৈছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৯,৭৫৪লৈ বৃদ্ধি
সম্প্ৰতি ৰাজ্যত ক’ৰ’না এক্টিভ পজিটিভৰ সংখ্যা ৬,১৮৫জন হৈছে।

Next Story