Begin typing your search above and press return to search.

আৰু ৫৩জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩১৯জনলৈ বৃদ্ধি

এই ৫৩ জন লোকৰ ৪৪জন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে

আৰু ৫৩জন পজিটিভ চিনাক্তঃ অসমত কৰনা আক্ৰান্তৰ সংখ্যা ৩১৯জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2020 8:43 AM GMT

আৰু ৫৩জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩১৯জনলৈ বৃদ্ধি

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি সম্প্ৰতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩১৯ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৫৩জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৫৩ জন লোকৰ ৪৪জন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ আন কেইজনৰ সাতজন ডিমা হাচাওৰ আৰু দুজন কাচাৰৰ । এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে ম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷

Next Story