Category - শীৰ্ষ বাতৰি

শীৰ্ষ বাতৰি

কংগ্ৰেছে বিজেপিক পৰাজয় কৰিবৰ কাৰণে বিকল্প ব্যৱস্থা কৰিছেঃ তৰুণ গগৈ

সোমবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে অসমত কংগ্ৰেছ দলে অনাগত লোকসভা নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপি( BJP) চৰকাৰক ক্ষমতাচ্যুত কৰিবৰ কাৰণে এআইইউডিএফৰ...

শীৰ্ষ বাতৰি

পাকিস্তানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰম সকিয়নি

বিশ্ব ৰাষ্ট্ৰ সমুহক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুলোৱামা কাণ্ডৰ পাছত...

শীৰ্ষ বাতৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অমিত শ্বাহৰ বিশেষ ইংগিত

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে (Amit Shah) দেওবাৰে ঘোষণা কৰে যে আগন্তক লোকসভা নিৰ্বাচনৰ ঘোষণা পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কক অন্তৰ্ভূক্ত কৰিব৷ লগতে...

শীৰ্ষ বাতৰি

পুলৱামত আত্মঘাতী বিষ্ফোৰণৰ সন্দৰ্ভত তীব্ৰ হংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

সমগ্ৰ বিশ্বক পুলৱামা আত্মঘাতী বোমা বিষ্ফোৰণে কপাঁই যোৱাৰ পিছতে সম্প্ৰতি এই বিষ্ফোৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ৷ দেওবাৰে লক্ষীমপুৰত...

শীৰ্ষ বাতৰি

আজি ১৮ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে...

শীৰ্ষ বাতৰি

লামডিংত ৩ জন ৰহিংগীয়া মুছলিম আটক

দেওবাৰে স্থানীয় লোকৰ সহযোগত লামডিং ৰেল আৰক্ষীয়ে ৩ জন ৰহিংগীয়া মুছলিম আটক কৰিবলৈ সক্ষম হৈছে । লামডিং ৰেল ষ্টেচনৰ পৰা পৰা আটক কৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে ১৩ খন...

শীৰ্ষ বাতৰি

আজি ১৬ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে...

শীৰ্ষ বাতৰি

চাহ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিশেষ পদক্ষেপ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুক্ৰবাৰে চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৰ্তমান প্ৰতিযোগিতাৰ ক্ষেত্ৰ খনত আগবাঢ়ি যাবলৈ, জ্ঞান অৰ্জনৰ কাৰণে নিজক আগবঢ়াই নিবলৈ...

শীৰ্ষ বাতৰি

সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়া হ’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰত ৪৯ জন চিআৰপিএফক হত্যা কৰি সকলোতকৈ ডাঙৰ ভুল কৰিলে ৷ সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলে ইয়াৰ কাৰণে ভুগিব লাগিব। এই মন্তব্য প্ৰধানমন্ত্ৰী...

শীৰ্ষ বাতৰি

শ্বহীদ পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্য্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) শুক্ৰবাৰে জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২০ লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ...