ছেবাৰ মেট্ৰিকৰ ফলাফল ঘোষণা, কেনেদৰে চাব পাৰিব

তদুপৰি গুগল প্লে-ষ্টৰতো বিনামূল্যে এই ফলাফল চাব পাৰিব।
ছেবাৰ মেট্ৰিকৰ ফলাফল ঘোষণা, কেনেদৰে চাব পাৰিব
Published on

ছেবাৰ মেট্ৰিকৰ ফলাফল ঘোষণা, কেনেদৰে চাব পাৰিব

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। আজি পুৱা ৯বজাত ঘোষিত হ'ল অসম মাধ্যিমক শিক্ষা ব'ৰ্ড(ছেবা)ৰ দ্বাৰা নিয়ন্ত্ৰিত চলিত বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। নিম্নোক্ত ৱেবছাইটসমূহত ফলাফল চাব পাৰিব।

results.sebaonline.org, resultsassamnic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, exametc.com, www.examresults.net, www.examresults.net/assam, http://iresults.ner, assamjobalerts.com, assamresult.in, www.newsstate.com, www.newsnation.in, www.jagranjosh.com

তদুপৰি গুগল প্লে-ষ্টৰতো বিনামূল্যে এই ফলাফল চাব পাৰিব। কৰনা মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত এইবাৰ মেট্ৰিকৰ ফলাফল কেৱল ৱেবচাইট আৰু এপত ঘোষণা কাৰ হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com