চ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাক লৈ গোলাঘাট আৰক্ষীৰ সভা

চ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাক লৈ গোলাঘাট আৰক্ষীৰ সভা
Published on

যোৱা দেওবাৰে গোলাঘাট আৰক্ষীৰ পৰিদৰ্শকৰ অফিচত চ'চিয়েল মিডিয়াত গুজব তথা উৰা বাতৰি প্ৰচাৰ কৰা আৰু কাৰ্বিআংলংত সংঘটিত হৈ যোৱা বিষয়কলৈ এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাত আৰক্ষী পৰিৰ্দশক,অতিৰিক্ত জিলা মেজিষ্টেট,অতিৰিক্ত আৰক্ষী পৰিৰ্দশক,জ্যেষ্ঠ সাংবাদিক সদস্য,ভিন্ন ছাত্ৰ সংগঠন আদি উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com