বড়োলেণ্ড বিশ্ববিদ্যালয়ত বায়'টেক্টনলজিৰ প্ৰশিক্ষন

বড়োলেণ্ড বিশ্ববিদ্যালয়ত বায়'টেক্টনলজিৰ প্ৰশিক্ষন
Published on

উদালগুৰি জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়োলেণ্ড বিশ্বিদ্যালয়ে বায়'টেক্টনলজিৰ প্ৰশিক্ষনৰ অনুষ্ঠান আয়োজন কৰে।বিদ্যালয় খনৰ অধ্যক্ষ পুষ্পধৰ বাচতলাই অনুষ্ঠান খনৰ শুভ উদ্ধোধনী কৰে আৰু বায়'টেক্টনলজি বিষয়টো ছাত্ৰ-ছাত্ৰীৰ মাজত জনজাত কৰাটোৱে অনুষ্ঠান খনৰ মুখ্য উদ্দেশ্য।বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়টেক্টনলজি বিভাগৰ মুৰব্বী অধ্যাপক ড° সন্দিপ দাস,গৱেষক শিৱা বড়ো আৰু ভাস্কৰ বিশ্বাই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক এই শিক্ষাৰ বিষয়ে প্ৰশিক্ষন প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com