Category - ৰাজ্যিক বাতৰি

ৰাজ্যিক বাতৰি

চি আৰ পি এফয়ে বিতৰন কৰে বিনামুলীয়া শিক্ষাগত আহিলা

যোৱা শনিবাৰে ১২৯ চি আৰ পি এফয়ে কোকৰাঝাৰ জিলাৰ ভোটগাঁৱত অমৃত ব্ৰহ্মা শেৱাশ্ৰম ৰেচিডেণ্টিয়েল স্কুলত বিনামুলীয়া শিক্ষাগত আহিলা বিতৰন এক কাৰ্যসূচীৰ আয়োজন কৰে । ১২৯...

ৰাজ্যিক বাতৰি

আলফাৰ লগত জড়িত ব্যক্তিক আটক

কোনো গোপন সুত্ৰৰ তথ্যৰ সহায়ত জানিব পৰা মতে চেপন ৰাজগড় ৰোডৰ এলেকাৰ পৰা আলফাৰ লগত জড়িত থকা ব্যক্তিৰ অনুসন্ধান পাই ৯সংখ্যক ৰাজপুতনা ৰাইফলচ বেটেলিয়ানে এক অভিযান...

ৰাজ্যিক বাতৰি

কোকৰাঝাৰ জিলাত গুণোৎসৱ-২ৰ আয়োজন

কোকৰাঝাৰ জিলাত দ্বিতীয় বাৰলৈ অক্টোবৰৰ ৮ তাৰিখৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ আয়োজন কৰিছে শিক্ষা বিভাগ,বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে। এই উৎসৱ মুঠ...

ৰাজ্যিক বাতৰি

আন্তঃৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতা আয়োজন

যোৱা শনিবাৰে এইচ এইচ এম আই এলুমিনি এচোছিয়েচন য়ে যোৰহাটৰ অসম ভেলী স্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰে ৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতা । জানিব পৰা অনুসৰি,ৰাজ্য...

ৰাজ্যিক বাতৰি

দৰং জিলাত কৃষি উদ্যানবিদ্যাৰ খেতিৰ বাবে কৰ্মশালাৰ আয়োজন

“আন্ধাৰক দোষাৰোপ কৰাতকৈ এডাল মম বাতি জলাই লোৱাটো বেচি ভাল” শীৰ্ষক নীতিবাক্যক উদ্দেশ্য হিচাপে লৈ দৰং জিলাৰ মুঠ ৭৫ গৰাকী যুৱক-যুৱতীৰ ভিতৰত গৃহিনীয়েও...

ৰাজ্যিক বাতৰি

বকোত দুডালকৈ কেকোঁ সাপ উদ্ধাৰ

যোৱা বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোত বকো আৰক্ষীয়ে প্ৰায় বিলুপ্ত প্ৰজাতিৰ দুডাল কেকোঁ সাপ উদ্ধাৰ কৰে লগতে দুজন চোৰাং তথা কেকোঁ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে...

ৰাজ্যিক বাতৰি

শিৱসাগৰত গুণোৎসৱ-২ৰ প্ৰস্তুতি সম্পূৰ্ন

দ্বিতীয় বাৰলৈ শিৱসাগৰত অনুষ্ঠিত হ’বলগা গুণোৎসৱৰ প্ৰস্তুতিৰ কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ন হৈছে । শিৱসাগৰ জিলা প্ৰশাসনৰ সহায়ত শিৱসাগৰ শিক্ষা বিভাগে অক্টোবৰৰ...

ৰাজ্যিক বাতৰি

শিলচৰত বিনামুলীয়া স্বাস্থ্য সেৱাৰ আয়োজন

শিলচৰৰ লিঅ’ ক্লাৱ আৰু শিলচৰৰ ডায়গ্নষ্টিক চেণ্টাৰৰ সহযোগত মালুগ্ৰান এলেকাত বিনামুলীয়া স্বাস্থ্য সেৱাৰ লগতে বিনামুলীয়া তেজ পৰীক্ষা,কলেষ্টৰেল পৰীক্ষা,ব্লাড...

ৰাজ্যিক বাতৰি

কলাইগাঁৱত বৃদ্ধ পেঞ্চনৰ আচঁনি মুকলি

যোৱা মঙলবাৰে কলাইগাঁও বিকাশ বল্কৰ সৈতে মাজৰচুবা গাঁও পৰিষদৰ বিকাশ কমিটিৰ সহযোগত শ্বহীদ কুশল কোৱঁৰ সৰ্বজান বৃদ্ধা পেঞ্চন আঁচনি মুকলি কৰা হয় ।মহাত্মা গান্ধীৰ...

ৰাজ্যিক বাতৰি

‘প্লাষ্টিক বন্ধ কৰাই সমস্যাৰ সমাধান নহয়,মানুহে নিজে পৰিৱেশ সংৰক্ষন কৰিব লাগে’

ধুবুৰী জিলাত অনুষ্ঠিত হোৱা ‘স্বচ্ছতাই সেৱা‘ৰ সামৰনি অনুষ্ঠানত ধুবুৰীৰ জিলা উপায়ুক্ত আনন্ত লাল জ্ঞানীয়ে মত প্ৰকাশ কৰি কয় যে; কেৱল প্লাষ্টিক বন্ধ...