পেশীৰ স্বাস্থ্য গঢ়ি তোলাৰ বাবে পুষ্টিকৰ উপাদান

Sentinel Digital Desk

পেশীৰ বিকাশৰ বাবে কিছুমান বিশেষ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য অতি গুৰুত্বপূৰ্ণ

পেশীৰ স্বাস্থ্য গঢ়ি তুলিবলৈ প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ তালিকা ইয়াত দিয়া হ’ল

প্ৰটিন

পেশী লাভৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। কণী, মাছ, বীন, মচুৰ দাইল আদি খাদ্যই প্ৰটিনৰ উত্তম উৎস

বি ভিটামিন পেশীৰ বৃদ্ধি আৰু আৰোগ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ই প্ৰটিন বিপাকীয় ক্ৰিয়া সক্ষম কৰে। কচু, বুটমাহ আৰু চজিনাত প্ৰচুৰ পৰিমাণে বি ভিটামিন থাকে

প্ৰটিন

পেশী লাভৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। কণী, মাছ, বীন, মচুৰ দাইল আদি খাদ্যই প্ৰটিনৰ উত্তম উৎস

বি ভিটামিন

বি ভিটামিন পেশীৰ বৃদ্ধি আৰু আৰোগ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ই প্ৰটিন বিপাকীয় ক্ৰিয়া সক্ষম কৰে। কচু, বুটমাহ আৰু চজিনাত প্ৰচুৰ পৰিমাণে বি ভিটামিন থাকে

মেগনেছিয়াম

মেগনেছিয়ামে পেশীৰ কাৰ্য্যকলাপ সমৰ্থন কৰে আৰু লগতে ৱৰ্কআউটৰ প্ৰদৰ্শন উন্নত কৰে। ইয়াৰ উপৰিও ই ভিটামিন ডি সক্ৰিয় কৰাত সহায় কৰে।সূৰ্য্যমুখী বীজ, আখৰোট, কল আদিত অধিক পৰিমাণে মেগনেছিয়াম থাকে

ওমেগা ৩

ওমেগা ৩ হৈছে এটা পলিঅনচেচুৰেটেড ফেটি এচিড যিয়ে শৰীৰৰ প্ৰদাহ কমায় আৰু শক্তি বৃদ্ধি আৰু ৱৰ্কআউটৰ পিছত আৰোগ্য লাভ কৰাত সহায় কৰে। মাছ ওমেগা ৩ৰ ভাল উৎস

Explore