Sentinel Digital Desk
চাহিল চাংঘাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা দিয়া মিৰ্জায়ে ১১বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মাৰে ২০১৯ চনত আৰু ২০২১চনত পুনৰ এবাৰ বিবাহ পাশত আৱদ্ধ হয় বৈভৱ ৰেখিৰ সৈতে
২০০০ চনৰ পৰা ২০১৬ চনলৈকে অধুনা ভৱানীৰ সৈতে বিবাহিত ফাৰহান আখটাৰে ২০১৮চনত পুনৰ এবাৰ সুযোগ দিয়ে প্রেমক, আৰু সঙ্গী ৰূপে বাছি লয় শিৱানী দান্দেকাৰক
এটি পুত্ৰ সন্তান থকাৰ চৰ্তেও ২০১৭ছবিত বৈবাহিক জীৱনৰ সামৰণি মাৰে মালাইকা অৰোৰা আৰু আৰবাজ খানে। পৰবৰ্তী সময়ত চন ২০১৮ ত পুনৰ এবাৰ তেওঁ প্ৰেম বিচাৰি পায় অৰ্জুন কাপুৰৰ লগত
চেইফ আলি খান আৰু অমৃতা সিংৰ বৈবাহিক সম্বন্ধ আছিল সুদীৰ্ঘ ১৩বছৰৰ। তশন ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেতা গৰাকীৰ প্ৰেমৰ সম্বন্ধ আৰম্ভ হয় কৰীণা কাপুৰৰ সৈতে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয় ২০১২চনত
প্ৰথম স্বামী অবিনাশ শইকীয়াৰ মৃত্যুৰ পাছত, ২০২০চনত পুনৰ এবাৰ বিবাহ পাছত আবদ্ধ হয় যোৰহাটৰ নিবাসী ভাস্কৰ বৰুৱাৰ সৈতে
পূৰ্ব পত্নী মাইলিন জাম্পনৈৰ সৈতে ৩বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মৰা মীলিণ্ড সোমনে, পুনৰ এবাৰ যুগ্ম জীৱনৰ পাতনি মেলে অংকিতা কোঁৱৰৰ সৈতে
ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ সম্বন্ধত হৃদয় ভঙা দীপিকাই পুনৰ এবাৰ প্ৰেম বিচাৰি পায় ৰণবীৰ সিংৰ লগত, আৰু দুয়ো বিবাহ পাশত আবদ্ধ হয় ২০১৮চনত
ৰণবীৰ কাপুৰ আৰু কেটৰিনা কাইফৰ অন্ত পৰা প্ৰেমৰ সম্পৰ্কই অনুৰাগী সকলৰ মাজত সলকনিৰ সৃষ্টি কৰিছিল, অৱশ্যে অভিনেত্ৰী গৰাকীয়ে পুনৰ এবাৰ প্ৰেমিক সুযোগ দিয়ে আৰু বিবাহ পাশত আবদ্ধ হয় বিকি কৌশলৰ সৈতে
দীপিকা আৰু কেটৰিনা দুয়োগৰাকীৰ সৈতে প্ৰেমত বিফল হোৱা ৰণবীৰ কাপুৰে অৱশেষত প্ৰেম বিচাৰি পায় আলিয়া ভাটৰ লগত আৰু অতি শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে দুয়োগৰাকী
অনিতা আৰু এইজাঁজ খানৰ টুংগত তথা প্ৰেমৰ সম্পৰ্ক শেষ হয় যেতিয়া অনিতাই এইজাজৰ গোপন সম্পৰ্ক সমূহৰ বিষয়ে আৱিষ্কাৰ কৰে। বৰ্তমান সময়ত অভিনেত্ৰী গৰাকীয়ে এক সুখৰ যুগ্ম জীৱন পাৰ কৰিছে ৰোহিট ৰেড্ডীৰ সৈতে