ভাৰতৰ পৰা আটাইতকৈ কম খৰচত ভ্ৰমণ কৰিব পৰা ১০ খন দেশ

Sentinel Digital Desk

ভিয়েটনামঃ

জনজাতি লোকৰ বাসভূমি ভিয়েটনাম প্ৰকৃতিৰ ৰম্যপুৰীত অৱস্থিত ৷ দেশখনৰ বাসিন্দাসকল সাংস্কৃতিক দিশতো চহকী ৷ ভিয়েটনামত বৃহৎ মহানগৰো আছে ৷

মালদ্বীপঃ

কম খৰচতে ভ্ৰমণ কৰিব পৰা মালদ্বীপ হ’ল এখন সুন্দৰ ঠাইৰ দেশ ৷ এনে কাৰণতে বহু লোকে মালদ্বীপ ভ্ৰমণ কৰে ৷

লাওচঃ

লাওচ সুন্দৰ ফৰাচী স্থাপত্য, বৌদ্ধ মঠ আৰু ট্ৰেকিং স্থলীৰে পূৰ্ণ ৷

তুৰস্কঃ

তুৰস্কত সুন্দৰ উপকূলীয় অঞ্চল আছে ৷ এই দেশৰ ইতিহাসো চহকী ৷

থাইলেণ্ড

কম খৰচত ভ্ৰমণ কৰিব পৰা প্ৰাকৃতিকভাবে চহকী আৰু এখন দেশ হ’ল থাইলেণ্ড ৷

ফিলিপিন

ভ্ৰমণ ৰসিকসকলৰ বাবে প্ৰিয় আৰু এখন দেশ হ’ল ফিলিপিন ৷

জৰ্দান

বিশ্বৰ সপ্তম আশ্বৰ্যৰ অন্যতম পেট্ৰা ভ্ৰমণ কৰিব পাৰে ৷

কেনিয়া

কেনিয়া সাংস্কৃতিকভাবে চহকী দেশ ৷ সুন্দৰ সমুদ্ৰ তীৰ আৰু মৰভূমিও এই দেশত আছে ৷

টাইৱান

টাইৱানত সুন্দৰ আৰু সুস্বাদু আহাৰ কম খৰছতে খাব পাৰি ৷

ডুবাই

ডুবাইৰ হোটেলত কম খৰচত থাকিব পাৰি ৷ চাবলগীয়া কেতবোৰ স্থান আছে ৷