Sentinel Digital Desk
বগা টপ আৰু এম্ব্ৰডাৰী কৰা জীনচৰ সৈতে আলিয়াই এটা গুলপীয়া ক্ৰপড জ্যাকেট পিন্ধিছে ৷
এই পোছাকত অভিনেত্ৰীগৰাকীৰ ষ্টাইলিছ যেন লাগিছে। তেওঁ এটা সেউজীয়া আৰু বগা টাই-ডাই জ্যাকেট পৰিধান কৰিছে ৷ লগত পিন্ধিছে এটা নীলা ক্ৰপ টপ আৰু বহল জীনচ ৷
ৰণবীৰ কাপুৰৰ সৈতে আলিয়াক এই ফটোত এটা বগা টপ আৰু জলফাই ৰঙৰ সেউজীয়া ট্ৰাউজাৰ পিন্ধা দেখা গৈছে।
এই ফটোত আলিয়াক ক্ৰপড বুটা লগোৱা পেণ্টৰ সৈতে মিলা ক্ৰপড বুটা বচা পেণ্ট পৰিধান কৰা অৱস্থাত দেখা গৈছে ৷
এই পোচাকত আলিয়াক ষ্টাইলিছ দেখা গৈছে ৷ তেওঁ ইম’টিকন প্ৰিণ্ট জ্যাকেটৰ লগত জীনছ আৰু টপ পৰিধান কৰিছে ৷
নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ আলিয়াই এটা ফেডেড নীলা ক্ৰপড ডেনিম জ্যাকেট আৰু ফুলাম প্ৰিণ্টৰ মিডি পোচাক পৰিধান কৰিছে ৷ তেওঁক এই ফটোত আকৰ্ষণীয় লগা নাইনে ?
নিয়মীয়া এই পোছাকত আলিয়াক চৌখিন দেখাইছে । এই ফটোত তেওঁ চামৰাৰ বুটজোতাৰ সৈতে শ্লীভলেচ ডেনিম জ্যাকেট পৰিধান কৰিছে ৷ এই ভংগীমাই বহুতৰে অন্তৰত শিঁহৰণ তুলিছে ৷
এই ফটোত আলিয়াই এটা বগা টপ আৰু আৰামদায়ক ট্ৰাউজাৰৰ লগত এটা বম্বাৰ জ্যাকেট পৰিধান কৰিছে ৷
আলিয়াই তেওঁৰ সাধাৰণ গুলপীয়া পোচাকক উন্নত ৰুপ দিবলৈ এটা ডেনিম জ্যাকেট পৰিধান কৰিছে ৷
এটা কোমল আৰু ঢিলা জীনছ( বয়ফ্ৰেণ্ড জীনছ)ৰ সৈতে আলিয়াই ধোঁৱা বৰণৰ টপ আৰু ক্ৰপড ডেনিম জ্যাকেট পৰিধান কৰিছে ৷