শীতৰ আমেজ লোৱাৰ সময়ত মোহময়ী অনন্যা পাণ্ডে

Sentinel Digital Desk

খাঁজকটা ছুৱেটাৰ পৰিহিতা অৱস্থাতঃ

খাঁজকটা ছুৱেটাৰ পৰিহিতা অৱস্থাৰ বহু ফটোত অনন্যাক অপৰূপা দেখাইছে ৷ এই ফটোত তেওঁ আবেদনময়ীৰূপত ধৰা দিছে ৷

ব্লেজাৰ আৰু শ্বৰ্ট পৰিহিতা অৱস্থাতঃ

শীত কমকৈ পৰাৰ সময়ত তোলা অনন্যাৰ এই ফটোত তেওঁক বেল্টযুক্ত ব্লেজাৰৰ সৈতে তেওঁক মিলা শ্বৰ্ট পৰিহিতা অৱস্থাত দেখা গৈছে ৷

পাফাৰ জ্যাকেট পৰিহিতা অৱস্থাতঃ

অতি শীতৰ দিনত হাড় কঁপোৱা ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁ এটা পাফাৰ জ্যাকেট পৰিধান কৰিছে ৷

হুডেড বম্বাৰ জ্যাকেটতঃ

হুডেড বম্বাৰ জ্যাকেটেও অনন্যাৰ ৱাৰ্ডব শুৱনি কৰিছে ৷

টাই-ডাই ছুৱেটাৰঃ

এই ছুৱেটাৰ পৰিধান কৰি অনন্যাই যেন শীতক আদৰিবলৈ সাজু হৈছে ৷

হাতৰ কান্ধ ওলোৱা ষ্টাইলিছ ছুৱেটাৰতঃ

অনন্যা পাণ্ডে ষ্টাইলিছো ৷ হাতৰ কান্ধ ওলোৱা নোম থকা এটা ছুৱেটাৰ পৰিধান কৰি তোলা তেওঁৰ এই ফটোখনে ইয়াকে প্ৰমাণ কৰে ৷

কাছৰ ডিঙিৰ গড়ৰ ছুৱেটাৰ পৰিহিতা অৱস্থাতঃ

কাছৰ ডিঙিৰ গঢ়ৰ ছুৱেটাৰ পৰিধান কৰি শীতৰ সন্ধিয়া উপভোগ কৰে অনন্যাই ৷

নোমাল ব্লেজাৰত অনন্যাঃ

শীতৰ দিনবোৰৰ সন্ধিয়াৰ কোনো পাৰ্টীলৈ গ’লে অনন্যাই এনেধৰণৰ নোমাল বগা ব্লেজাৰ পৰিধান কৰে ৷

দেহৰ জোখতকৈ ডাঙৰ ছুৱেটাৰ পৰিহিতা অৱস্থাতঃ

এই ফটোত অনন্যাই দেহৰ জোখতকৈ ডাঙৰ ছুৱেটাৰ পৰিধান কৰিছে ৷ এই ছুৱেটাৰৰ লগত তেওঁ এটা মিনি স্কাৰ্ট পৰিধান কৰিছে ৷

হাই-নেক পৰিহিতা অৱস্থাতঃ

ঘৰত সাধাৰণতে অনন্যাই হাই-নেক পৰিধান কৰে ৷ এই ফটোত তেওঁক ৰিলেক্স মুডত থকা দেখা গৈছে ৷

Explore