Sentinel Digital Desk
"গেহৰায়ীয়ান" ছবিত দুৰ্দান্ত অভিনয় প্ৰদৰ্শন কৰাৰ বাবে পত্নী দীপিকাৰ ওঁঠত উমাল চুমা আঁকি দিয়াৰ দৃশ্য শ্বেয়াৰ কৰি, সকলোকে আচম্বিত কৰি তুলিছিল ৰণবীৰ সিঙে।
বিবাহৰ প্ৰাৰম্ভিক উৎসৱ সমূহ চলি থকা অৱস্থাত স্বামী সুৰজৰ সৈতে লিপ-লক কৰাৰ ফটো শ্বেয়াৰ কৰিছিল মৌনী ৰয়ে।
বিবাহ অনুষ্ঠান সমূহৰ মাজতে স্বামী লৈ মৰম যাচি এটি চুমা আঁকি দিছিল অংকিতা লখন্ডেয়ে।
নিজৰ বিবাহ অনুষ্ঠানত নিজৰ পত্নী মিহীকাক দিয়া চুমাৰ দৃশ্য বহু দিন পাছত মুকলি কৰিছিল ৰানাই।
এই যোৰাটিয়ে ২০২২ চনৰ নতুন বৰ্ষৰ আৰম্ভণি কৰিছিল কেমেৰাৰ সন্মুখত কিছু মৰমৰ আদান প্ৰদান কৰি।
কেমেৰাৰ সন্মুখত নিজৰ প্ৰেম ডাঙি ধৰাত অলপো অস্বস্তিবোধ নকৰে এই যোৰাটিয়ে। ইনষ্টাগ্রাম যোগে দুয়োয়ে প্ৰায়েই ডাঙি ধৰে নিজৰ মৰম।
পৰিয়াল আৰু বন্ধুবৰ্গ সহ অভিনেত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ সময়তে এটি উমাল চুমা বিনিময় কৰে কৰীণা আৰু চেইফে।
নিজৰ বিবাহ অনুষ্ঠানৰ এখনি সুন্দৰ চুম্বনৰ ফটো বিনিময় কৰি, অনুৰাগী সকলৰ মাজতো প্ৰেমৰ জোৱাৰ তোলে প্ৰিয়ংকা আৰু নিকে।
স্বামী বিৰাটৰ সৈতে বিদেশত কিছু সুন্দৰ মুহূৰ্ত্তৰ অতিবাহিত কৰাৰ সুন্দৰ দৃশ্য বিনিময় কৰিছিল মোহময়ী অভিনেত্ৰী গৰাকীয়ে।