অভিনেত্ৰী নৰা ফটেহিৰ বিষয়ে

Sentinel Digital Desk

নৰা হৈছে এগৰাকী আন্তঃ ৰাষ্ট্ৰীয় তাৰকা, তেওঁৰ প্ৰথম আন্তঃ ৰাষ্ট্ৰীয় গীতটোৰ নাম আছিল পাপেটা

ভাৰতীয় মূল্যৰ মতে নৰা ফটেহিৰ বাৰ্ষিকী আয় হৈছে ১২০কোটি টকা

অভিনেত্ৰী গৰাকীৰ প্ৰিয় খাদ্য চকলেট আৰু পাস্তা

নৰা হৈছে আৰবৰ প্ৰথম গৰাকী মহিলা যিয়ে নিজৰ গীত দিলবাৰৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

নৰা হৈছে আৰবৰ প্ৰথম গৰাকী মহিলা যিয়ে নিজৰ গীত দিলবাৰৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

নৰাৰ প্ৰিয় অভিনেতা চলমান খান আৰু হৃটিক ৰোশন।

নৰা হৈছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, মডেল, নৃত্যশিল্পী আৰু এগৰাকী গায়িকা।

নৰা হৈছে এগৰাকী কেনেদিয়ান নাগৰিক আৰু তেওঁ জন্ম গ্ৰহণ লৈছিল ৬ ফেব্ৰুৱাৰী, ১৯৯২ত।

বৰ্তমান সময়ত এগৰাকী আগ শাৰীৰ অভিনেত্ৰী হিচাপে স্থাপিত হৈছে নৰা

আকৰ্ষণীয় ৰূপত নৰা ফটেহি