Sentinel Digital Desk
নিঃসন্দেহে ক’ব পাৰি যে ৰকুল প্ৰীত সিং হৈছে তলীউডৰ এক নম্বৰ স্থানৰ হটেষ্ট সুন্দৰী ৷ তেওঁৰ সৌন্দৰ্য আৰু শৰীৰী কমনীয়তা অপূৰ্ব ৷
ছ’চিয়েল মিডিয়াত ৰকুল প্ৰীত সিঙৰ অসংখ্য অনুৰাগী আছে ৷ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ১৮ নিযুত ৷
অনুৰাগী-গুণগ্ৰাহীক আনন্দিত কৰি ৰাখিব জানে ৰকুলে ৷ ইয়াৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াত হট ফটো শ্বেয়াৰ কৰে ৷
ৰকুলে ছ’চিয়েল মিডিয়াত আপলোড কৰা প্ৰায় সকলো ফটোৱেই ভাইৰেল হয় ৷
শৰীৰৰ সৈতে কেনে সাজপাৰ খাপ খাব বা কেনেধৰণৰ সাজ-পাৰে শৰীৰৰ সৌন্দৰ্য তুলি ধৰে, সেয়া ৰকুলে ভালদৰে জানে ৷
শৰীৰৰ ফিটনেছৰ প্ৰতি ৰকুলে সদায়ে গুৰুত্ব দিয়ে৷ সেয়ে তেওঁ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ আছে ৷
ফেশ্বনৰ প্ৰতি ৰকুলৰ বৃহৎ আকৰ্ষণ আছে ৷ সেই অনুসৰি তেওঁ পৰিৱেশ-পৰিস্থিতি মিলাই সাজপাৰ পৰিধান কৰে ৷
পৰিৱেশৰ লগত মিলাই ভিন্ন সাজপাৰ পৰিধান কৰিলেও ৰকুল প্ৰীত সিঙে সদায়ে শৰীৰৰ সৌন্দৰ্য ফুটাই তোলাৰ প্ৰতি গুৰুত্ব দিব লাগে ৷
ৰকুলৰ শৰীৰী সৌন্দৰ্যই সদায়ে পুৰুষৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে ৷ এই ফটোৱেও তাকে কয় ৷
ৰকুল প্ৰীতৰ প্ৰতিখন ফটোতে তেওঁক হট আৰু ব’ল্ড দেখা যায়। এই ফটোও তাৰ ব্যতিক্ৰম নহয় ৷