এথলেটৰ পোচাকত আবেদনময়ী ৰূপত কৰীনা কাপুৰ খান

Sentinel Digital Desk

ছেক্সী ব্ৰেলেটৰ সৈতে গুলপীয়া টাইটচ পৰিধান কৰা অৱস্থাত কৰীনা কাপুৰ খান

ক’লা আৰু গুলপীয়া পোচাকত অভিনেত্ৰীগৰাকীক গুৰু-গম্ভীৰৰূপত দেখা গৈছে ৷

ৰাজহুৱা স্থানত নৃত্য কৰি কৰীনাই মনৰ মাজত থকা শিশুসুলভ মানসিকতাৰ প্ৰতিফলন ঘটাইছে ৷

জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে শাৰীৰিকভাবে সুস্থ-সবল হৈ থাকিবলৈ বিচাৰে ৷ এথেলেটিকছ সাজপাৰৰ প্ৰতি তেওঁৰ প্ৰেমে ইয়াকে স্পষ্ট কৰিছে ৷

বগা আৰু নীলা সাজত কৰীনাক শান্ত-সমাহিত দেখা গৈছে ৷

যোগ কৰি থকা অৱস্থাত তেওঁ শৰীৰৰ ভংগীমা প্ৰদৰ্শন কৰিছে ৷

কৰীনাই ভালপোৱাটো কৰেই ৷ সেয়া লাগিছে গৰ্ভৱতী অৱস্থাতে হওক !