Sentinel Digital Desk
মালাইকা আৰোৰাই সুঠাম দেহৰ বাবে কৰা কিছু যোগাসন আপুনিও নিশ্চিত ভাৱে চেষ্টা কৰক
অনোলম বিলোমে অনাক্ৰম্যতা বৃদ্ধি কৰে আৰু হাঁওফাঁওৰ সক্ষমতা বঢ়াই
পেটৰ চৰ্বি কমোৱা, ভাৰসাম্যতা বৃদ্ধি কৰা, লগতে পিঠি আৰু ভৰিৰ শক্তি বঢ়োৱা আদিৰ বাবে অভিনেত্ৰী গৰাকীয়ে সঘনাই প'জ শ্বেয়াৰ কৰে
ছালৰ যত্নৰ বাবে উপযোগী তিনিটা প'জ তেওঁ সদায়ে শ্বেয়াৰ কৰে
সহজ এব ব্যায়াম সমূহ অভিনেত্ৰী গৰাকীৰ আমোদজনক বৰ্কআউটৰ ৰহস্য