সুন্দৰ বিকিনিৰে নিজৰ আকৰ্ষণীয় দেহৰ প্ৰদৰ্শন কৰিলে মল্লিকা শ্বেৰাৱতে

Sentinel Digital Desk

জন্মদিন বিশেষ অনুসৰি হালধীয়া বিকিনি পৰিধান কৰি স্বিমিং পুলৰ কাষত ফটোৰ বাবে আকৰ্ষণীয় প'জ দিয়া বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মল্লিকা শ্বেৰাৱত সক্ষম হৈছে সকলোৰে দৃষ্টি আকৃষ্ট কৰিবলৈ।

জন্মদিন বিশেষ অনুসৰি হালধীয়া বিকিনি পৰিধান কৰি স্বিমিং পুলৰ কাষত ফটোৰ বাবে আকৰ্ষণীয় প'জ দিয়া বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মল্লিকা শ্বেৰাৱত সক্ষম হৈছে সকলোৰে দৃষ্টি আকৃষ্ট কৰিবলৈ। দক্ষতাৰে বলিউড জগতত নিজৰ স্থান গড়িবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীয়ে, অনুৰাগী সকললৈ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু কিছু ষ্টাইলিছ টিপছ প্ৰেৰণ কৰিছে। যোৱা ১৫বছৰৰ পৰা অভিনেত্ৰী গ্ৰহণ কৰিছে ভেগাণ জীৱন প্ৰণালী। "খোৱাহিছ" আৰু "মাৰ্ডাৰ" দৰে ছবিত নিজৰ বল্ড অভিনয়েৰে প্ৰসিদ্ধ হৈ অভিনেত্ৰী গৰাকীয়ে, "প্যাৰ কে চাইড এফেক্টছ" নামৰ সফল ৰোমান্টিক কমেডী ছবিখনতো নিজৰ সুদক্ষ অভিনয়েৰে সকলোৰে মন মূহিছিল।

দক্ষতাৰে বলিউড জগতত নিজৰ স্থান গড়িবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীয়ে, অনুৰাগী সকললৈ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু কিছু ষ্টাইলিছ টিপছ প্ৰেৰণ কৰিছে।

দক্ষতাৰে বলিউড জগতত নিজৰ স্থান গড়িবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীয়ে, অনুৰাগী সকললৈ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু কিছু ষ্টাইলিছ টিপছ প্ৰেৰণ কৰিছে।

যোৱা ১৫বছৰৰ পৰা অভিনেত্ৰী গ্ৰহণ কৰিছে ভেগাণ জীৱন প্ৰণালী।

"খোৱাহিছ" আৰু "মাৰ্ডাৰ" দৰে ছবিত নিজৰ বল্ড অভিনয়েৰে প্ৰসিদ্ধ হৈ অভিনেত্ৰী গৰাকীয়ে

"খোৱাহিছ" আৰু "মাৰ্ডাৰ" দৰে ছবিত নিজৰ বল্ড অভিনয়েৰে প্ৰসিদ্ধ হৈ অভিনেত্ৰী গৰাকীয়ে

"প্যাৰ কে চাইড এফেক্টছ" নামৰ সফল ৰোমান্টিক কমেডী ছবিখনতো নিজৰ সুদক্ষ অভিনয়েৰে সকলোৰে মন মূহিছিল