চিনাকী হওঁক কেটৰিনা কাইফৰ সুদৰ্শন ভাতৃ চেৱেষ্টিয়েন লৰেণ্ট মিছেলৰ সৈতে

Sentinel Digital Desk

চুপাৰমডেল অৱতাৰ

চেৱেষ্টিয়েন দেখাত এগৰাকী চুপাৰ মডেলতকৈ কোনো গুণে কম নহয়

কান্ট্ৰী - চাইদ ফেশ্বন

তেওঁক খুবেই দেখা যায় ইংলেণ্ডৰ গ্ৰামাঞ্চল সমূহত পৰিদৰ্শন কৰা। আৰু সকলোৱে পছন্দ কৰে তেওঁৰ গ্ৰামাঞ্চল সমূহৰ পৰা উৎসাহিত হোৱা ফেশ্বন সমূহ - দীঘল জেকেট, পেন্ট আৰু বুট।

সকলোৰে হৃদয়ৰ প্ৰতি তেওঁৰ জিলিকা আগমণ

ভগ্নী কেটৰিনাৰ দৰে তেওঁক পৰিধান কৰা দেখিবলৈ পোৱা যায় জিলিকণিৰে তিৰবিৰাই থকা জেকেট সমূহ

ভেম্পায়াৰ ভাইব

এটি পাৰ্টিৰ বাবে চেৱেষ্টিয়েনে পৰিধান কৰা ভেম্পায়াৰ লুক আমি সকলোৱে পছন্দ কৰিছোঁ। তেওঁ পৰিধান কৰা নোমাল জেকেটটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

শীতৰ পৰশ

বাহিৰত সময় কটাই তেওঁ ভাল পায় আৰু আমি ভাল পাওঁ তেওঁ পৰিধান কৰা ড্ৰেছসমূহ। চেৱেষ্টিয়েন ইয়াত পৰিধান কৰা দেখিবলৈ লোৱা গৈছে এটি পাতাগণিয়া বম্বাৰ জেকেট।

এথলেইজাৰ মেক্স

এথলেইজাৰ কাপুৰ সমূহ তেওঁ অতিকৈ পছন্দ কৰে। পাইজামাৰ পৰা ট্ৰেক পেন্ট লৈকে।

ফৰ্মেল লুক

সুন্দৰ সাজেৰে ফৰ্মেল লুকক আকৰ্ষণীয় কৰি তুলিছে, তেওঁক প'জ দিয়া দেখিবলৈপোৱা গৈছে ভগ্নী চনিয়াৰ সৈতে

ক'লা সাজত

ক'লা সাজে সকলোকে শুৱনি কৰে। ক'লা টি চাৰ্টেৰে অতিকৈ ষ্টাইলিছ দেখাইছে চেৱেষ্টিয়েনক

নীলা চকু

তেওঁৰ আকৰ্ষণীয় ষ্টাইলৰ দৰে তেওঁক নীলা চকু যোৰিও আমি অতিকৈ পছন্দ কৰোঁ।