Sentinel Digital Desk
দেখা মাত্ৰেই ক’ব পাৰি যে নেহাৰ এই ফটোৱে বহুতৰে মন-মগজুত জোৱাৰৰ সৃষ্টি কৰিছে ৷
বহু পুৰুষক হয়তো নেহাৰ এই দৃষ্টিয়ে প্ৰায়ে আমনি কৰি থাকিব ৷
কেমেৰাৰ সন্মুখত প’জ দিয়াৰ বাবে এই ৰূপ উপযুক্ত হোৱা নাইনে ?
দৈহিক সৌন্দৰ্যৰে পুৰুষক বাকৰুদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত নেহা শৰ্মাৰ বিশেষ নাম আছে। এই কথা প্ৰমাণ কৰে এইখন ফটোৱে ৷
নেহাৰ এই ফটোৱে দৰাচলতেই কোনো কোনো পুৰুষৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে ৷
নেহাই হয়তো কেমেৰাৰ সন্মুখত তেওঁৰ এই শৰীৰী সৌন্দৰ্য তুলি ধৰি পাশ্চাত্যৰ কিম কাৰ্ডাছিয়ানক প্ৰত্যুত্তৰ দিবলৈ বিচাৰিছে ৷
পুৰুষৰ শ্বাস-প্ৰশ্বাস বৃদ্ধি কৰে নেহাৰ এই দৃষ্টিত সৃষ্টিশীলতাও আছে ৷
নেহাৰ এই ফটো চালে এনে লাগে যেন সৰগৰ পৰীহে মৰ্ত্যলৈ নামি আহিছে ৷
নেহাক এই ফটোৱে তুলি ধৰা তেওঁৰ সৌন্দৰ্য আন কাৰোৰে সৈতে তুলনা নহয় ৷