নিতা আৰু ঈশা অম্বানিৰ সুন্দৰ কাণফুলী সমূহ, যাক নোচোৱাকৈ থকাটো সম্ভৱপৰ নহয়

Sentinel Digital Desk

বিস্ময়কৰ, শুদ্ধ শব্দটি

পাৰম্পৰিক সাঁজৰ লুক সমূহ নিতা অম্বানীয়ে প্ৰায়ে সম্পূৰ্ণ কৰে এযোৰ সুন্দৰ কাণফুলীৰ সৈতে। হীৰা যুক্ত এই আকৰ্ষণীয় কাণফুলী যোৰে সকলোৰে ধ্যান বিশেষকৈ আকৃষ্ট কৰিবলৈ সক্ষম হৈছে

যেনে মাক, তেনে কন্যা

আ- অলংকাৰৰ কথা আহি পৰিলে মাতৃকো পিছ পেলাই ঈশা অম্বানীয়ে। তেওঁক প্ৰায়ে দেখা যায় লেহেংগাৰ সৈতে আকৰ্ষণীয় হীৰা যুক্ত কাণফুলী সমূহ পৰিধান কৰা

পুষ্প শক্তি

ফুলৰ আকৃতিৰ অলংকাৰ সমূহ কোনে পছন্দ নকৰে? নিতা অম্বানীয়ে পৰিধান কৰা ফুলৰ আকৃতিৰ এই কাণফুলী যোৰৰ প্ৰেমত আপুনি নিশ্চিত ভাৱে পৰিব

দ্যা KISS ৰূল

"কিপ ইট চিম্পল, ষ্টুপিদ" অৰ্থাৎ ইয়াক সহজ ভাৱে ৰাখা। এই বাক্য শাৰী হৈছে গধূৰ লেহেংগা সমূহৰ সৈতে কাণফুলী নিৰ্বাচন কৰাৰ সময়ত ঈশা অম্বামীৰ মূলমন্ত্ৰ। তেওঁক সুন্দৰ লগা নাইনে?

নূন্যতম ৰখা ৰহস্য

ফর্মেল ড্ৰেছ সমূহৰ সৈতে নিতা অম্বানীয়ে পৰিধান কৰে এযোৰ সৰু হীৰা সংযুক্ত বা মুকুতাৰ কাণফুলী

ঝুমকা, বিজয়ী সকলৰ বাবে

সকলো লুককে সম্পূৰ্ণ কৰি তুলিব পাৰে এযোৰ আকৰ্ষণীয় ঝুমকাই। আৰু এনে কিছু সুন্দৰ ঝুমকাৰ সংগ্ৰহ দেখিবলৈ পোৱা যায় ঈশা অম্বানীৰ ওচৰত। সন্মত নে?

পলকী কুণ্ডনে দৃষ্টি আকৰ্ষণ কৰিব পাৰে

অলংকাৰৰ সহায়ত সকলোকে নিজৰ দিশে আকৃষ্ট কৰিব বিচাৰে নেকি? নিতা অম্বানীৰ সংগ্ৰহত থকা এই পলকী কুণ্ডন ডালেও আপোনাৰ দৃষ্টি তেওঁৰ দিশে তেনেদৰেই আকৃষ্ট কৰিব

সম্পূৰ্ণ লুক

ঈশা অম্বানীয়ে নিজৰ কাণফুলী আৰু ডিঙিৰ মনিধাৰীৰ মাজত সাদৃশ্যতা বজাই ৰাখে। আৰ তেওঁ পৰিধান কৰা এই শাৰী খনে ফেশ্বন ভাল পোৱা সকলৰ বাবে বিশেষ লক্ষ্য স্থাপিত কৰিছে

ঘূৰণীয়া কাণফুলী

ঘুৰণীয় কাণফুলী সমূহ হৈছে বহুতো মহিলাৰ অতিকৈ পছন্দৰ। এনে ধৰণৰ ঘূৰণীয়া কাণফুলীৰ সৈতে সমানে আকৰ্ষণীয় সাঁজৰ লগত নিজৰ লুক সমূহ আকৰ্ষণীয় কৰি তোলে নিতা অম্বানীয়ে

মুকুতাৰ পৰশ

যেতিয়াই সন্দেহত থাকে, তেতিয়া ঈশা অম্বানীৰ পৰা কিছু জ্ঞান ল'ব আৰু এযোৰ মুকুতাৰ কাণফুলীৰে আপোনাৰ সকলো লুক সম্পূৰ্ণ কৰি তুলিব। সকলো সময়ৰ বাবে উপযুক্ত একুযোৰ মুকুতাৰ কাণফুলী নিশ্চিত ভাৱে থাকে

Explore
Explore