Sentinel Digital Desk
বীচ্চ ৱেভছ শৈলীৰ এই কেশসজ্জাত নোৰা উজলি উঠিছে
নোৰাক এই ফটোত মূৰত লিপিট খাই পৰা কেশসজ্জাত দেখা গৈছে ৷ এই কেশসজ্জাত তেওঁক অতি ৰুচীশীল দেখা গৈছে ৷ এই কেশসজ্জাক শ্লীক প’নীটেইল বুলি জনা যায় ৷
ছুৱেপ্ট ৱেক বুলি জনাজাত এই কেশসজ্জা প্ৰদৰ্শনৰ সময়ৰ উপযোগী ৷
মেছী প’নিটেইল নামৰ কেশসজ্জাত নোৰাই এক গ্লেমাৰ গাৰ্লৰ পৰিচয় দিছে ৷
এই কেশসজ্জাৰ সৈতে নোৰাই ভাৰতীয় পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিছে ৷ তেওঁৰ এই শৈলীয়ে প্ৰকৃতাৰ্থতে পূৰ্ণাংগ ৰূপ পাইছে ৷
এই কেশসজ্জাত নোৰাক অতি গ্লেমাৰাছ দেখা গৈছে ৷
এই ধৰণৰ কেশসজ্জা কেতিয়াও পুৰণি নহয় !