ভাৰতীয় পৰম্পৰাগত সাজ-পাৰত নোৰা ফাটেহীৰ অপূৰ্ব ৰূপঃ

Sentinel Digital Desk

নৃ-গোষ্ঠীয় ৰূপতঃ

বাখৰ লগোৱা, হাতেৰে এম্ব্ৰইডাৰী কৰা, ৰেচমী সূতাৰ ক’লা ব্লাউজত আকৰ্ষণীয় ৰূপত নোৰা ফাটেহী ৷

এক আকৰ্ষণীয় শৈলীতঃ

পৰম্পৰাগত এই পোচাক পৰিধান কৰি নোৰাই আমাক ধৰাশায়ী কৰিছে ৷

চিকানকাৰী শাড়ীতঃ

চিকানকাৰী শাড়ীত অভিনেত্ৰীগৰাকীক সপোন পৰীৰ দেখা গৈছে ৷ তেওঁৰ এই ৰূপে অনুৰাগীসকলৰ হৃদস্পন্দন বৃদ্ধি কৰিছে ৷

যুৱ অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰা পোচাকত

আবু জানি সন্দীপে ডিজাইন কৰা এই পোচাকত নোৰা ফাটেহীক অতি সুন্দৰ দেখাইছে ৷

শৰীৰৰ উৰ্ধাংশ প্ৰকট কৰা পোচাকতঃ

সন্দীপ খোচলাই ডিজাইন কৰা এই পোচাকত নোৰা ফাটেহীৰ শৰীৰী সৌন্দৰ্য প্ৰকট হৈছে ৷

ৰাজকুমাৰীৰ ৰূপত!

এই পোচাকত নোৰা ফাটেহীক এগৰাকী যোদ্ধাৰ ৰূপত দেখা গৈছে ৷ তেওঁক আকৰ্ষণীয় ৰূপতো দেখা গৈছে ৷

গুলপীয়া সাজতঃ

মিঠা হাঁহিৰে নোৰাক আকৰ্ষণীয় ৰূপত দেখা গৈছে ৷