Sentinel Digital Desk
নিক জনাছ আৰু প্ৰিয়ংকা চোপ্ৰা বিবাহৰ পাছত আবদ্ধ হৈছিল ১ডিচেম্বৰ , ২০১৮ তাৰিখে
এজনে আন জনৰ সংস্কৃতিক সন্মান জনাই এই যোৰাটোৱে দুটি ভিন্ন পৰম্পৰাৰে বিবাহ পাশত আবদ্ধ হৈছিল
চচিয়েল মিডিয়া যোগে এজনে আনজনৰ প্ৰতি মৰম দেহুৱাৰ পৰা কেতিয়াও বিৰত নহয় যোৰাটো
দুয়ো নিক আৰু প্ৰিয়ংকাই এজনে আন জনৰ পৰম্পৰা শুদ্ধ ভাৱে পালন কৰে, আৰু বহুবাৰ ইয়াৰ দৃষ্টিপাত দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়া যোগে
নিজস্ব ক্ষেত্ৰত দুয়োগৰাকী বৰ্তমান উচ্চ খাপৰ শিল্পী। আৰু অতিকৈ জনপ্ৰিয়।
দুয়োগৰাকীৰে মাজৰ প্ৰেমৰ সম্বন্ধ অতিকৈ গভীৰ, যাৰ বাবে বহুতো লোকৰে প্ৰিয় এই যোৰাটো।
শেহতীয়া ভাৱে যোৰাটিয়ে লছ এঞ্জেলছত এটি নতুন বিলাসী বাসগৃহ ক্ৰয় কৰিছে, যাৰ দাম প্ৰায় ১৪৪ কোটি টকা।
যোৰাটিয়ে পৰম্পৰাগত ভাৱে নিজৰ গঠবন্ধন অনুষ্ঠান পালন কৰিছিল, যিয়ে দুয়োকে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কত এক হোৱা বুজাই।
এই মৰমলগা যোৰাটোৱে অহা ডিচেম্বৰত সম্পূৰ্ণ কৰিব বৈবাহিক জীৱনৰ ৩টা সুন্দৰ বছৰ।