Sentinel Digital Desk
সকলোৱে ভাল পায় ছাৰাৰ এই দৃষ্টি ৷ কাৰণ তেওঁৰ এই সাজ-পাৰে পৰম্পৰাগত ভাৰতীয় নাৰীৰ চিত্ৰ অংকণ কৰিছে ৷
এই বেঙুনীয়া সাজ-পাৰত ছাৰাক উজ্জীৱিত দেখা গৈছে। পাৰিবাৰিক উৎসৱ-পাৰ্বণত অংশ লোৱাৰ বাবে এই সাজ-পাৰ শ্ৰেয় ৷
ছাৰাক এই ফটোত উজ্জ্বল হালধীয়া ছেলোৱাৰ পৰিহিতা অৱস্থাত দেখা গৈছে ৷ অক্ষয় কুমাৰৰ সৈতে তোলা এই ফটোত ছাৰাৰ মিচিকিয়া হাঁহিয়ে বহুতৰে হৃদয়ত জোৱাৰ তুলিছে ৷
এম্ব্ৰইডাৰী কৰা এই সুন্দৰ লেহেংগাই ছাৰাৰ দৈহিক সৌন্দৰ্য শক্তিশালীৰূপত ফুটাই তুলিছে ৷
“ অটৰাংগী হ্যে ’ ছবিৰ গীতত নৃত্য কৰাৰ সময়ত ছাৰাই এই ফুলাম লেহেংগা পৰিধান কৰে ৷ ইয়ে বহু পুৰুষৰ হিয়া থৌকি-বাথৌ কৰিছে ৷

সেউজীয়া ৰঙৰ সাজ-পাৰে ক্ৰমে বলিউডত গুৰুত্ব পাবলৈ ধৰিছে। ছাৰাও ইয়াৰ ব্যতিক্ৰম নহয় ৷ এই ফটোৱে তাকে প্ৰমাণ কৰে ৷
অৰ্পিতা মেহতাই ডিজাইন কৰা পোচাক পৰিহিতা অৱস্থাত ২৬ বছৰীয়া অভিনেত্ৰীগৰাকী। এই সাজৰ সৈতে তেওঁ ডাঙৰকৈ এম্ব্ৰাইডাৰী কৰা ক্ৰপ কৰা ব্লাউজ পৰিধান কৰিছে ৷
বহুৰঙী প্ৰিণ্টেড শাড়ী পৰিধান কৰি ছাৰাই বহুতৰে অন্তৰ স্পৰ্শ কৰিছে ৷
ওনাম উৎসৱ উপলক্ষে ছাৰাই এটা বগা কাছাভু কুৰ্তা পৰিধান কৰিছে ৷ ইয়ে তেওঁৰ সৌন্দৰ্য বৰ্ণনাতীত কৰিছে।
যোৱা বছৰৰ দিপাৱলী উদযাপনত ছাৰাই মণীষ মালহোত্ৰাৰ এই গুৰু-গম্ভীৰ সাজ পৰিধান কৰি কেমেৰাৰ সন্মুখত থিয় দিয়ে ৷