Sentinel Digital Desk
শিল্পা সদায়ে আকৰ্ষণীয়। সেইদৰে এই মিনি ড্ৰেছতো তেওঁক হট দেখাইছে ৷
এই বডীকন ৰঙা পোছাকত শিল্পাই দেহৰ সৌষ্ঠৱ প্ৰদৰ্শন কৰিছে ৷
এটা আকৰ্ষণীয় লুক সৃষ্টিৰ বাবে শিল্পাই ঘন ৰঙা পটীৰ টপৰ সৈতে শিল্পাই এটা লেডাৰৰ স্কাৰ্ট পিন্ধিছে ৷ তেওঁৰ এই ৰূপে বহুতৰে দৃষ্টিহৰণ কৰিছে ৷
দেহৰ সৈতে লিপিত খাই পৰা ফেশ্বনৰ পোচাকত শিল্পাই অনেকৰ মনত শিহৰণৰ সঞ্চাৰ কৰিছে ৷
এটা ফৰ্মেল ৰূপ সৃষ্টিৰ বাবে শিল্পাই এযোৰ ৰঙা পেণ্টছ্যুট পিন্ধিছে ৷
মুম্বাইত এক পাৰ্টীত অংশ ল’বলৈ শিল্পাই এযোৰ ৰঙা পোচাক পিন্ধিছে ৷
দেশী ৰূপত লেহেংগা পৰিধান কৰি শিল্পাই কেমেৰাৰ সন্মুখত ধৰা দিলে এনেদৰে ৷
ৰঙা শাড়ীৰ গাউন বাচনি কৰি শিল্পাই দেহবল্লৰী প্ৰদৰ্শন কৰিছে ৷ তাৰ সৈতে মিলা বস্ত্ৰ কঁকালত মেৰিয়াইছে ৷
দেশী সুন্দৰীৰ এক হট লুকৰ বাবে তেওঁ মসৃণ ৰঙা শাড়ী আৰু ডিঙি আবৰি ৰখা ব্লাউজ পিন্ধিছে ৷
নিশা কেনেধৰণৰ পোচাক পৰিধান কৰিব লাগে, তাৰ যেন এটা ধাৰণা দিছে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ এটা শ্বৰ্টৰ সৈতে মিডি পোচাক পৰিধান কৰিছ ৷
নিশা কেনেধৰণৰ পোচাক পৰিধান কৰিব লাগে, তাৰ যেন এটা ধাৰণা দিছে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ এটা শ্বৰ্টৰ সৈতে মিডি পোচাক পৰিধান কৰিছ ৷