শাড়ী পৰিধান কৰি ইণ্টাৰনেটত উচ্ছল যৌৱনৰ ধল বোৱালে শ্বেতা তিৱাৰীয়ে

Sentinel Digital Desk

গুলপীয়া শাড়ীতঃ

আকৰ্ষণীয় দেহ-সৌষ্টৱ প্ৰদৰ্শন কৰা শৈলীৰ পোচাক পৰিধানত শ্বেতা তিৱাৰীৰ নাম আছে ৷

ৰঙা ৰঙৰ শাড়ীত উজ্জ্বলি উঠিছে শ্বেতাঃ

পশ্চিমীয়া সাজ-পাৰত শ্বেতা সদায়ে আকৰ্ষণীয় হৈ উঠে ৷ তেওঁক তেনে আকৰ্ষণীয় দেখা গৈছে এই ৰঙা শাড়ীতো ৷

উজ্জ্বল আৰু সুন্দৰঃ

শ্বেতাই জনপ্ৰিয় ৰঙৰ শাড়ী পৰিধান কৰিও ভাল পায় ৷

ফেশ্বনৰ ক্ষেত্ৰত সদায়ে আগতঃ

শাড়ীৰেও নিজক সুন্দৰী দেখুৱাবলৈ যিসকলে পৰীক্ষা-নিৰীক্ষা কৰে, সেইসকলৰ সবাতোকৈ আগত শ্বেতা সদায়ে থাকে ৷

মনোমোহা ৰূপতঃ

শাড়ীৰে নিজৰ সৌন্দৰ্য যিসকল নাৰীয়ে প্ৰতিভাত কৰিবলৈ বিচাৰে, তেওঁলোকে শ্বেতাৰ পৰা টিপছ ল’ব পাৰে ৷

বহুতৰ হৃদয়ত জোৱাৰ তোলা হাঁহিটিৰ সৈতেঃ

শ্বেতাৰ স্মিত হাঁহিটিয়ে সদায়ে তেওঁক মোহনীয় কৰি তোলে ৷ শাড়ী পৰিহিত অৱস্থাত তেওঁ এই মিচিকিয়া হাঁহি মাৰিলে, তেওঁক অধিক সুন্দৰী দেখায় ৷

ধাৰা সৃষ্টিকাৰীঃ

শ্বেতাই সময়ে অনা ধাৰা বা ট্ৰেণ্ডৰ সৈতে মিলি আগবঢ়াৰ লগতে পৰম্পৰাগত মূল্যবোধৰ প্ৰতিও গুৰুত্ব দিয়ে ৷

ফুলামঃ ফুলেৰে সুশোভিত অৱস্থাতঃ

প্ৰিণ্টেডৰ পৰা আন ধৰণলৈঃ শ্বেতাৰ ৱাৰড্ৰ’প শাড়ীৰে ঠাহ খাই আছে ৷

পাক থকা শাড়ীৰ সৈতেঃ

এনে লাগে যেন সুন্দৰ সুৰাৰ দৰে শ্বেতাৰ বয়স্ক হ’বলৈ ধৰিছে।