ভাৰতীয় বিবাহত মঙ্গলসুত্ৰৰ গুৰুত্ব

Sentinel Digital Desk

পৱিত্ৰ মূল্য

মহিলা সকলে নিজৰ ডিঙিত পৰিধান কৰা পৱিত্ৰ মণিধাৰে আজীৱনৰ বাবে স্বামীৰ সৈতে তেওঁ বান্ধ খোৱাৰ বিবাহৰ পৱিত্ৰ বান্ধোনক দৰ্শাই।

ইয়াৰ অৰ্থ

মঙ্গলসূত্ৰ শব্দটি দুটি ভিন্ন শব্দৰ সমাহাৰ, মঙ্গল অৰ্থাৎ মাংগলিক বা শুভকাৰক আৰু সূত্ৰ অৰ্থাৎ সূতা।

উৎসৱ

বিবাহৰ হোমৰ চাৰিও দিশে ফেৰা লৈ থকাৰ সময়ত আজীৱন সংগী হিচাপে স্বীকাৰ কৰি দৰাই কইনাৰ ডিঙিত এই পবিত্ৰ মণিধাৰী পিন্ধাই।

ডিজাইন

মঙ্গলসূত্ৰ হৈছে ক'লা ৰঙৰ মালাগুটিৰে নিৰ্মিত এধাৰি মণি, যাৰ মাজভাগত সজোৱা হয় এটি সোণৰ লকেট। এই ক'লা মালাগুটিয়ে বিবাহৰ পৱিত্ৰ বান্ধোনটিক বেয়া চকুৰ পৰা বচাই ৰাখিব বুলি বিশ্বাস কৰা হয়।

বিপদ

বিশ্বাস কৰা হয় যে পত্নীয়ে নিজৰ ডিঙিত এই পবিত্ৰ মালাধাৰী পৰিধান কৰি কৰি থাকিলে নিজৰ স্বামীক বিভিন্ন ধৰণৰ বিপদ - বিঘিনিৰ পৰা দূৰত ৰাখিব পাৰে।

উত্তৰ ভাৰতীয় নিবেদন

উত্তৰ ভাৰতৰ মহিলা সকলে ক'লা মালাগুটিৰে নিৰ্মিত মঙ্গলসূত্ৰ পৰিধান কৰে, ইয়াৰ মাজ ভাগত থকা সোণৰ লকেটটোক জনা যায় তন্মনিয়া নামেৰে। মঙ্গলসূত্ৰ সমূহ ভিন্ন ৰূপত উপলব্ধ।

দক্ষিণ ভাৰতীয় নিবেদন

দক্ষিণ ভাৰতীয় মঙ্গলসূত্ৰ সমূহ হালধীয়া সূতাৰে নিৰ্মাণ কৰা হয়। ইয়াৰ মাজ ভাগত থকা সোণৰ লকেট জনাজাত থালি বা থিৰুমঙ্গল্যাম নামে।

আনন্দ

আয়ুৰ্বেদ অনুসৰি হৃদয়ৰ কাষত মঙ্গলসূত্ৰ পৰিধান কৰিলে ই হৃদয়ক সক্ৰিয় কৰি ৰাখে আৰু লগতে আশে পাশে থকা ধনাত্মক চিন্তাধাৰা সমূহক আকৰ্ষিত কৰে।

স্বাস্থ্য

মঙ্গলসূত্ৰ পৰিধানে মানসিক আৰু আৱেগিক শান্তি নমাই আনে, যিয়ে স্বামী আৰু স্ত্ৰীৰ মানৰ সম্পৰ্ক মধুৰ কৰি ৰাখে।